I am now accessing as a :

Government Of Assam Public Health Engineering Department (PHED) Neer Nirmal Pariyojana, Assam (World Bank Aided Project)

ৰাজহুৱা বৰঙণি

লক্ষ্যত উপনীত হবলৈ হলে, প্ৰকল্পটোৱে সামাজিক মালিকীস্বত্বৰ চিহ্ন হিচাপে মূল খৰছৰ বাবে সমাজৰ পৰা সামান্য এটা বৰঙণি লোৱাৰ কথাটো চিন্তা কৰিছে। সামজিক বৰঙণি মুঠ প্ৰকল্প খৰছৰ ১%  হবগৈ।

প্ৰতিঘৰ উপভোক্তাৰ পৰা প্ৰাথমিক ভাৱে এবাৰতে ৪৫০ টকাকৈ(অনুসূচীত জাতি / জনজাতিৰ বাবে ২২৫ টকাকৈ) মূল খৰছৰ ( Capital Expenditur- CAPEX) বাবে বৰঙণি হিচাপে সংগ্ৰহ কৰা হব। এনেদৰে সংগ্ৰহ কৰা ৰাজহুৱা বৰঙণিখিনি জি.পি.ডব্লিউ.এছ.চি. ৰ হিচাপত জমা কৰা হব।

পৰিচালনা আৰু প্ৰৱন্ধনাৰ খৰছখিনি অৰ্থাত্ উপভোক্তাৰ পৰা আদায় কৰা পৰিচালনৰ খৰছখিনি প্ৰতিঘৰত সংযোজিত মিটাৰৰ পৰাপোৱা হিচাপৰ ওপৰত ধাৰ্য্য কৰা হব।