মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

চন্দ্ৰপুৰ আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ বাবে বহনক্ষম আৰু উন্নত মানৰ যৌগিক ডব্লিও.এছ.এছ.

  • কামৰূপ মহানগৰ জিলা

    প্ৰস্তাবিত পানীৰ উত্সঃ কলং নদী আৰু ব্ৰহ্মপূত্ৰ নদী

    প্ৰস্তাবিত ব্যৱহাৰিক বিন্দুঃ ডিমৰিয়াৰ বাবে অমৰা পথাৰত কলং নদী, চন্দ্ৰপুৰৰ বাবে তাঁতিমাৰাত ব্ৰহ্মপূত্ৰ নদী

    অৱস্থানঃ

    ডিমৰিয়া- উত্তৰ অক্ষাংশ ২৬০০’ৰ পৰা ২৬০১৫’লৈ, পূৱ ৯১০৫০’ৰ পৰা ৯২০১০’লৈ

    চন্দ্ৰপুৰ- উত্তৰ অক্ষাংশ ২৬০১০’ৰ পৰা ২৬০১৬’লৈ, পূৱ ৯১০৫১’ৰ পৰা ৯২০৩০’লৈ

    সংযোগ ব্যৱস্থাঃ প্ৰকল্প স্থান কামৰুপ মহানগৰ জিলাৰ ডিমৰিয়া আৰু চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হয়।

    জিলাৰ বিষয়েঃ

    কামৰূপ মহানগৰ জিলা হৈছে অসমৰ ৰাজধানী মহানগৰী। এই মহানগৰ জিলাই ৪,৩৪৫বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি আছে।

    সামৰি লব লগীয়া এলেকাঃ

    ডিমৰিয়াঃ প্ৰকল্পই সামৰি লব লগীয়া এলেকা হৈছে কামৰূপ জিলাৰ ডিগাৰু উন্নয়ন খণ্ডৰ সমগ্ৰ এলেকা। এই প্ৰকল্পৰ জৰিয়তে উন্নয়ন খণ্ডটোৰ অধীনত থকা ১২গাঁও পঞ্চায়তৰ ১৪৫গাঁও উপকৃত হব।

    চন্দ্ৰপুৰঃ প্ৰকল্পই সামৰি লব লগীয়া এলেকা হৈছে কামৰূপ জিলাৰ দিগাৰু উন্নয়ন খণ্ডৰ সমগ্ৰ এলেকা। এই প্ৰকল্পৰ জৰিয়তে উন্নয়ন খণ্ডটোৰ অধীনত থকা ৪গাঁও পঞ্চায়তৰ ৪৫গাঁও উপকৃত হব।

    চাবলৈ চোৱাইপ কৰক

    ক্ৰঃ নংউন্নয়ন খণ্ডৰ নামগাওঁ পঞ্চায়তৰ নাম
    ১চন্দ্ৰপুৰআমচিং
    ২চন্দ্ৰপুৰচন্দ্ৰপুৰ
    ৩চন্দ্ৰপুৰপশ্চিম মায়ং
    ৪চন্দ্ৰপুৰপানীখাইতী
    ৫ডিমৰীয়াডিগাৰু
    ৬ডিমৰীয়াবৰখাট 
    ৭ডিমৰীয়াবৰুৱাবাৰী
    ৮ডিমৰীয়াধুপগুৰি
    ৯ডিমৰীয়াহহৰা
    ১০ডিমৰীয়াকমাৰ কুছি
    ১১ডিমৰীয়াক্ষেত্ৰী
    ১২ডিমৰীয়ামলয়বাৰী
    ১৩ডিমৰীয়ানৰতাপ
    ১৪ডিমৰীয়াসোণাপুৰ
    ১৫ডিমৰীয়াতাপাতলী
    ১৬ডিমৰীয়াতেতেলীয়া

    পলকতে কাৰ্যক্ৰমঃ

    ১. জল পৰিশোধন ক’ল আৰু ই.এছ.আৰ. নিৰ্মাণ কাৰ্য্য অব্যাহত আছে।

    ২. সমূহীয়া প্ৰতিনিধিৰ সজাগতা সভাও অব্যাহত আছে।

    ৩. জি.পি.ডব্লিও.এছ.চি. সদস্য সকলৰ প্ৰশিক্ষণো অব্যাহত আছে।

    ৪. সমূহীয়া অৰিহণা সংগ্ৰহৰ কাৰ্য্যও অব্যাহত আছে।