মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

বৰ আমগুৰি- গৌৰিসাগৰ নলীযুক্ত ডব্লিও.এছ.এছ., শিৱসাগৰ জিলা

  • প্ৰকল্পৰ নামঃ বৰ-আমগুৰি- গৌৰিসাগৰ নলীযুক্ত ডব্লিও.এছ.এছ., শিৱসাগৰ জিলা

    প্ৰস্তাবিত পানীৰ উত্সঃ দিখৌ নদী

    প্ৰস্তাবিত ব্যৱহাৰিক বিন্দুঃ চাৰিং, গৌৰিসাগৰ উন্নয়ন খণ্ড

    অৱস্থানঃ উত্তৰ অক্ষাংশ ২৭০১’০১.৮২”ৰ পৰা ২৬৪৫’০৭.৮০”লৈ, পূৱ দ্ৰাঘিমা ৯৪২৭’১৬.৯২”ৰ পৰা ৯৪৩৮’৩০.৫৮”লৈ

    সংযোগ ব্যৱস্থাঃ গুৱাহাটী ৰাজধানীৰ পৰা ৩৭৮কিলোমিটাৰ দূৰত্বত

    জিলাখনৰ বিষয়েঃ

    শিৱসাগৰ হৈছে অসমৰ ৩২খন ৰাজ্যৰ এখন। শিৱসাগৰ নগৰ হৈছে জিলাখনৰ প্ৰশাসনীক সদৰ ঠাই। বৰ্তমান জিলাখনে ২,৬৬৮বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে। জিলাখনৰ উত্তৰ দিশে আছে মহাবাহু ব্ৰহ্মপূত্ৰ নৈ।

    আমগূৰি আৰু গৌৰিসাগৰ নামৰ উন্নয়ন খণ্ড দুটাকে ধৰি আমগুৰি উপ-খণ্ডৰ অধীনষ্ঠ গাঁও পঞ্চায়ত সমূহ নীৰ নিৰ্মল পৰিযোজনাই সামৰি লয়।

    সামৰি লব লগীয়া এলেকাঃ

    এই প্ৰকল্পই শিৱসাগৰ জিলাৰ আমগুৰি আৰু গৌৰিসাগৰ উন্নয়ন খণ্ড দুটাৰ ২৫ গাঁও পঞ্চায়তত প্ৰতিদিনে ২৪ঘণ্টাই নলীযুক্ত খোৱা পানী যোগান ধৰাৰ বাবে সামৰি লয়। এই প্ৰকল্প ৰূপায়িত এলেকাই মুঠ ১৫৯খন গাঁও সামৰি লয়।

    চাবলৈ চোৱাইপ কৰক

    ক্ৰঃ নংউন্নয়ন খণ্ডৰ নামগাওঁ পঞ্চায়তৰ নাম
    ১আমগুৰিআমগুৰি
    ২আমগুৰিবৰুৱা আলি
    ৩আমগুৰিভূঞা হাট
    ৪আমগুৰিবৰাহীবাৰী
    ৫আমগুৰিবৰবাম
    ৬আমগুৰিবৰশিলা
    ৭আমগুৰিলালিম চাপৰি
    ৮আমগুৰিনামতি আলি
    ৯আমগুৰিনামতি দল
    ১০আমগুৰিপেঙেৰা
    ১১গৌৰীসাগৰবৰুৱা পুখুৰী
    ১২গৌৰীসাগৰচাৰিং
    ১৩গৌৰীসাগৰদেওৰজা
    ১৪গৌৰীসাগৰদিখৌমুখ
    ১৫গৌৰীসাগৰদিকচু
    ১৬গৌৰীসাগৰহাফলুটিং
    ১৭গৌৰীসাগৰহাতীঘুলি
    ১৮গৌৰীসাগৰহোলোগুৰি
    ১৯গৌৰীসাগৰকাৱৈমাৰী
    ২০গৌৰীসাগৰখনামুখ
    ২১গৌৰীসাগৰমগৰাহাট
    ২২গৌৰীসাগৰমৰা বজাৰ
    ২৩গৌৰীসাগৰমোমাই তামুলী
    ২৪গৌৰীসাগৰৰংপুৰ 
    ২৫গৌৰীসাগৰৰুদ্ৰসাগৰ

    পলকতে কাৰ্যক্ৰমঃ

    ১. জল পৰিশোধন ক’ল আৰু ই.এছ.আৰ. নিৰ্মাণ কাৰ্য্য অব্যাহত আছে।

    ২. সমূহীয়া প্ৰতিনিধিৰ সজাগতা সভাও অব্যাহত আছে।

    ৩. জি.পি.ডব্লিও.এছ.চি. সদস্য সকলৰ প্ৰশিক্ষণো অব্যাহত আছে।

    ৪. সমূহীয়া অৰিহণা সংগ্ৰহৰ কাৰ্য্যও অব্যাহত আছে।