মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

খোৱা পানীৰ সংযোগৰ বাবে আবেদন

খোৱা পানীৰ সংযোগ লাভৰ বাবে হিতাধিকাৰীয়ে সংশ্লিষ্ট জিলাৰ ডি.পি.এম.ইউ.ক যোগাযোগ কৰিব লাগিব সেইয়া হল কাৰ্য্যকৰী অভিযন্তাৰ কাৰ্য্যালয়ত বিশেষকৈ হিতাধিকাৰী সকলে তেওঁলোকৰ নাম সমূহ আধাৰভুত জৰীপত অন্তৰ্ভুক্ত কৰাৰ বাবে আৰু সেইমৰ্মে প্ৰতিটো সংযোগৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ পৰিয়ালে ৪৫০টকা আৰু এছ.চি./এছ.টি. পিৰয়ালে ২২৫টকা জমা দিব লাগিব যি ধন সংযোগ স্থাপনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবত কেৱল এবাৰৰ বাবে অগ্ৰিম ধন হিচাপে সংগ্ৰহ কৰা হব।