মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

অন লাইন প্ৰতিবেদন আৰু নিৰীক্ষণ পদ্ধতি

নীৰ নিৰ্মল পৰিযোজনা-অন লাইন প্ৰতিবেদন আৰু নিৰীক্ষণ পদ্ধতি, অসম

নীৰ নিৰ্মল পৰিযোজনা-অন লাইন প্ৰতিবেদন আৰু নিৰীক্ষণ পদ্ধতি, অসমহৈছে এই প্ৰকল্পটোৰ অধীনৰ সকলো সংশ্লিষ্ট তথ্য, আৰু প্ৰকল্পটোৰ অধীনত সম্পন্ন হোৱা সকলো ক্ৰিয়া কলাপৰ ডাটা আৰু প্ৰতিবেদন সংগ্ৰহ কৰিব পৰা এক ডিজিটেল সূচনা। ই হৈছে এক ‘ চিঙ্গল উইণ্ডো ৱেব প’ৰ্টেল ’, যিটোৱে নীৰ নিৰ্মল পৰিযোজনা, অসমৰ অৱস্থা, তাৰে ভিতৰতে সক্ষমতা অৰ্জন, পৰিকাঠামোৰ উন্নয়ন, বিত্তিয় পৰিচালনা আৰু প্ৰকল্প পৰিচালনাৰ অগ্ৰগতি সমূহ চিহ্নিত কৰাত সহায় কৰে।

চাবলৈ চোৱাইপ কৰক

মডিউলৰ নামউদ্দেশ্য
মহিলা অগ্ৰগতিৰ প্ৰতিবেদন পদ্ধতিএই পদ্ধতিটোৱে নীৰ নিৰ্মল পৰিযোজনা অসমৰ অধীনত মাহিলী চাক্ষুষ আৰু বিত্তিয় অগ্ৰগতি ধৰি লব, যত প্ৰতিখন জিলাই/ ডি.পি.এম.ইউ.ই তেওঁলোকৰ অগ্ৰগতিৰ নিৰ্দ্ধাৰিত খতিয়ান(অংশ হিচাপে) এখন নিৰ্দ্ধাৰিত ফৰ্মত ভৰ্ত্তি কৰিব।
প্ৰকল্প প্ৰৱন্ধনা পদ্ধতিপৰিকাঠামোৰ উন্নয়নৰ অধীনৰ অগ্ৰগতিৰ খতিয়ানটো প্ৰকল্প প্ৰৱন্ধনা পদ্ধতিয়ে ধৰি লব আৰু লগে লগে “Operators”—“DPMU”—“TPQAC”—“SPMU” ৰ মধ্যম হিচাপে কাম কৰিব।
ক্ষমতা নিৰ্মাণ প্ৰৱন্ধনা তথ্য পদ্ধতিবিভিন্ন সক্ষমতা সৃষ্টিৰ কৰ্মসমূহৰ সম্পৰ্কীত দৰ্কাৰী সূচক/তথ্য সমূহ(যেনে, প্ৰশিক্ষণ, সজাগতা শিবিৰ আদি) যিবিলাক বিভিন্ন স্তৰত সম্পাদিত হৈছে, সেই বিলাক ক্ষমতা নিৰ্মাণ প্ৰৱন্ধনা তথ্য পদ্ধতিয়ে ধৰি ৰাখিব।
বিত্তীয় নিৰীক্ষণ পদ্ধতিএছ.পি.এম.ইউ. আৰু ডি.পি.এম.ইউ. স্তৰত বিত্তীয় আগমন আৰু নিৰ্গমনৰ সূত্ৰটো বিত্তীয় নিৰীক্ষণ পদ্ধতিয়ে ধৰি ৰাখিব। ব্যয় কৰা গোট(SPMU/DPMU)সমূহৰ যি কোনো প্ৰদত্ত সময়ৰ শেহতীয়া আৰু সঠিক বিত্তীয় অৱস্থাৰ তথ্য পোৱা যাব।
ভ্ৰমণৰ প্ৰতিবেদনৰ পদ্ধতিএই পদ্ধতিটোৱে ক্ষেত্ৰ পৰিদৰ্শন/মুক্ত পৰিদৰ্শন/ ভ্ৰমণ আদিৰ পৰা লভা ফলাফল লিপিবদ্ধ আৰু নিৰীক্ষণ কৰিব।
ফাইল সন্ধান পদ্ধতি, এছ.পি.এম.ইউ.ফাইল সন্ধান পদ্ধতিয়ে কাৰ্য্যালয়ৰ ফাইল সমূহৰ গতি আৰু ফাইলৰ অৱস্থান আৰু অৱস্থাৰ অনুসন্ধান কৰিব।

অনলাইন প্ৰতিবেদন আৰু নিৰীক্ষণ পদ্ধতিৰ চাইট চাবলৈ ইয়াতে ক্লিক কৰক