কনচালটেণ্চি সেৱাৰ নাম | পুৰস্কাৰপ্ৰাপ্ত ফাৰ্ম/ ব্যক্তি | ঠিকনা | চুক্তি হস্তাক্ষৰৰ তাৰিখ | আহৰণ/নিৰ্বাচনৰ প্ৰক্ৰিয়া | মূল্য | সময়সীমা | চুক্তি সংক্ষিপ্ত বিৱৰণ |
---|
সবিশেষ প্ৰকল্প ৰিপোৰ্টৰ লগতে বহুমুখী-গাওঁ পানী যোগান আঁচনি(এল.এম.ভি.এছ.),মৰিগাওঁ জিলাত বৃহত্তৰ মায়ং পাইপ পানী যোগান আঁচনিৰ বাহিৰেও বেত্স ২ ৰ অধীনত এছ.পি.এম.ইউ.-অসমৰ আভ্যন্তৰীণ ক্ষমতাক শক্তিশালী কৰাৰ কাৰণে দ্ৰুত পৰিবেশগত প্ৰভাৱ নিৰ্দ্ধাৰণ(ই.আই.এ.)অধ্যয়ন আৰু পৰিবেশগত ব্যৱস্থাপনা পৰিকল্পনা(ই.এম.পি.)ৰ আয়োজন কৰাৰ কাৰণে দক্ষ কাৰিকৰী বিশেষজ্ঞ থকা ফাৰ্মৰ নিয়োগ | চিটেক (ভাৰত) | ৯৯৮ নৱপাল্লি চাৰ্কোলাৰ ৰোড, বৰাচাত, কলকাতা-৭০০১২৬ | ০৩-জুলাই-১৭ | কনচালটেণ্টৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন (চি.কিউ.এছ.)
| ১,৭২৩,৬০০.০০ লাখ টকাৰ লগতে অনুমানিক পৰিমাণ ৬৭,১০০.০০ লাখ টকা আৰু পণ্য আৰু সেৱা কৰ বাদ দি | ৬০ দিনত | সবিশেষ প্ৰকল্প ৰিপোৰ্টৰ লগতে বহুমুখী-গাওঁ পানী যোগান আঁচনি(এল.এম.ভি.এছ.),মৰিগাওঁ জিলাত বৃহত্তৰ মায়ং পাইপ পানী যোগান আঁচনিৰ বাহিৰেও বেত্স ২ ৰ অধীনত এছ.পি.এম.ইউ.-অসমৰ আভ্যন্তৰীণ ক্ষমতাক শক্তিশালী কৰাৰ কাৰণে দ্ৰুত পৰিবেশগত প্ৰভাৱ নিৰ্দ্ধাৰণ(ই.আই.এ.)অধ্যয়ন আৰু পৰিবেশগত ব্যৱস্থাপনা পৰিকল্পনা(ই.এম.পি.)ৰ আয়োজন। |
সবিশেষ প্ৰকল্প ৰিপোৰ্টৰ লগতে বহুমুখী-গাওঁ পানী যোগান আঁচনি(এল.এম.ভি.এছ.),শিৱসাগৰ জিলাত আমগুৰি-গৌৰীসাগৰ পাইপ পানী যোগান আঁচনিৰ বাহিৰেও বেত্স ২ ৰ অধীনত এছ.পি.এম.ইউ.-অসমৰ আভ্যন্তৰীণ ক্ষমতাক শক্তিশালী কৰাৰ কাৰণে দ্ৰুত পৰিবেশগত প্ৰভাৱ নিৰ্দ্ধাৰণ(ই.আই.এ.)অধ্যয়ন আৰু পৰিবেশগত ব্যৱস্থাপনা পৰিকল্পনা(ই.এম.পি.)ৰ আয়োজন কৰাৰ কাৰণে দক্ষ কাৰিকৰী বিশেষজ্ঞ থকা ফাৰ্মৰ নিয়োগ। | চিটেক (ভাৰত) | ৯৯৮ নৱপাল্লি চাৰ্কোলাৰ ৰোড, বৰাচাত, কলকাতা-৭০০১২৬ | ০৪-আগষ্ট-১৭ | কনচালটেণ্টৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন (চি.কিউ.এছ.) | ১৯,৩৩,৬০০.০০ লাখ টকাৰ লগতে অনুমানিক পৰিমাণ ৬৭,১০০.০০ লাখ টকা আৰু পণ্য আৰু সেৱা কৰ বাদ দি | ৬০ দিনত | সবিশেষ প্ৰকল্প ৰিপোৰ্টৰ লগতে বহুমুখী-গাওঁ পানী যোগান আঁচনি(এল.এম.ভি.এছ.),শিৱসাগৰ জিলাত আমগুৰি-গৌৰীসাগৰ পাইপ পানী যোগান আঁচনিৰ বাহিৰেও বেত্স ২ ৰ অধীনত এছ.পি.এম.ইউ.-অসমৰ আভ্যন্তৰীণ ক্ষমতাক শক্তিশালী কৰাৰ কাৰণে দ্ৰুত পৰিবেশগত প্ৰভাৱ নিৰ্দ্ধাৰণ(ই.আই.এ.)অধ্যয়ন আৰু পৰিবেশগত ব্যৱস্থাপনা পৰিকল্পনা(ই.এম.পি.)ৰ আয়োজন। |
সবিশেষ প্ৰকল্প ৰিপোৰ্টৰ লগতে বহুমুখী-গাওঁ পানী যোগান আঁচনি(এল.এম.ভি.এছ.),বঙাইগাওঁ জিলাত বৃহত্তৰ যোগীঘোপা পাইপ পানী যোগান আঁচনিৰ বাহিৰেও বেত্সৰ অধীনত এছ.পি.এম.ইউ.-অসমৰ আভ্যন্তৰীণ ক্ষমতাক শক্তিশালী কৰাৰ কাৰণে দ্ৰুত পৰিবেশগত প্ৰভাৱ নিৰ্দ্ধাৰণ(ই.আই.এ.)অধ্যয়ন আৰু পৰিবেশগত ব্যৱস্থাপনা পৰিকল্পনা(ই.এম.পি.)ৰ আয়োজন কৰাৰ কাৰণে দক্ষ কাৰিকৰী বিশেষজ্ঞ থকা ফাৰ্মৰ নিয়োগ। | চিটেক (ভাৰত) | ৯৯৮ নৱপাল্লি চাৰ্কোলাৰ ৰোড, বৰাচাত, কলকাতা-৭০০১২৬ | ০৪-আগষ্ট-১৭ | কনচালটেণ্টৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন (চি.কিউ.এছ.) | কামৰ কাৰণে চুক্তিৰ পৰিমাণ ২০,৬৮,৬০০.০০ লাখ টকাৰ লগতে অনুমানিক পৰিমাণ ৬৭,১০০.০০ লাখ টকা আৰু পণ্য আৰু সেৱা কৰ বাদ দি | ৬০ দিনত | সবিশেষ প্ৰকল্প ৰিপোৰ্টৰ লগতে বহুমুখী-গাওঁ পানী যোগান আঁচনি(এল.এম.ভি.এছ.),বঙাইগাওঁ জিলাত বৃহত্তৰ যোগীঘোপা পাইপ পানী যোগান আঁচনিৰ বাহিৰেও বেত্সৰ অধীনত এছ.পি.এম.ইউ.-অসমৰ আভ্যন্তৰীণ ক্ষমতাক শক্তিশালী কৰাৰ কাৰণে দ্ৰুত পৰিবেশগত প্ৰভাৱ নিৰ্দ্ধাৰণ(ই.আই.এ.)অধ্যয়ন আৰু পৰিবেশগত ব্যৱস্থাপনা পৰিকল্পনা(ই.এম.পি.)ৰ আয়োজন। |