আঁচনিৰ নামঃ যোৰহাট জিলাৰ যোৰহাট নগৰ, যোৰহাট কেন্দ্ৰীয় আৰু যোৰহাট উত্তৰ-পশ্চিম উন্নয়ন খণ্ডৰ বহনক্ষম আৰু উন্নত মানদণ্ডতাৰ বাবে যৌগিক পানী যোগান আঁচনি
প্ৰস্তাবিত পানীৰ উত্সঃ ব্ৰহ্মপূত্ৰ
প্ৰস্তাবিত ব্যৱহাৰিক বিন্দুঃ ব্ৰহ্মপূত্ৰৰ নিমাটি ঘাট
অৱস্থানঃ উত্তৰ অক্ষাংশ ৯৪০৫’ৰ পৰা ৯৪০২৫’লৈ, পূৱ দ্ৰাঘিমা ২৬০৩৬’ৰ পৰা ২৬০৫৩’লৈ
সংযোগ ব্যৱস্থাঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা দূৰত্ব হৈছে ২৯৩কিলোমিটাৰ।
যোৰহাট হৈছে অসমৰ এখন প্ৰশাসনীক জিলা যি ব্ৰহ্মপূত্ৰ উপত্যকাৰ মধ্যভাগত অৱস্থিত। এই জিলাৰ উত্তৰে আছে লক্ষিমপুৰ জিলা, দক্ষিণে আছে নাগালেণ্ড ৰাজ্য, পূৱত শিৱসাগৰ জিলা আৰু পশ্চিমত গোলাঘাট জিলা অৱস্থিত। জিলাখনৰ উত্তৰ ফালে ব্ৰহ্মপূত্ৰ নদীৰ মাজতে আছে বিশ্বৰ সবাতোকৈ বৃহত নদীদ্বীপটো। বৰ্তমান এই জিলাৰ পৰিসীমাই ২,৮৫১ বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে।
এই প্ৰকল্পই সামৰি লব লগীয়া এলেকা হৈছে যোৰহাট জিলাৰ যোৰহাট নগৰ, যোৰহাট কেন্দ্ৰীয় আৰু যোৰহাট উত্তৰ-পশ্চিম উন্নয়ন খণ্ডৰ সমগ্ৰ এলেকা। এই প্ৰকল্পৰ জৰিয়তে উন্নয়ন খণ্ডটোৰ অধীনত থকা ৩৩গাঁও পঞ্চায়তৰ ১৬৩গাঁও উপকৃত হব।
চাবলৈ চোৱাইপ কৰক
| ক্ৰঃ নং | উন্নয়ন খণ্ডৰ নাম | গাওঁ পঞ্চায়তৰ নাম |
|---|---|---|
| ১ | যোৰহাট | বাঘচুং চৰাই বাহী |
| ২ | যোৰহাট | চিনামৰা |
| ৩ | যোৰহাট | দক্ষিণ চৰাই বাহী |
| ৪ | যোৰহাট | দক্ষিণ কৰঙা |
| ৫ | যোৰহাট | দক্ষিণ পূৱ আমনি চৰাই বাহী |
| ৬ | যোৰহাট | কৰঙা |
| ৭ | যোৰহাট | মধ্য কাটনি |
| ৮ | যোৰহাট | মধ্য নামনি চৰাই বাহী |
| ৯ | যোৰহাট | উত্তৰ গড়মূৰ বাগিচা |
| ১০ | যোৰহাট | দক্ষিণ কাটনি বাগিচা |
| ১১ | যোৰহাট | খঙীয়া |
| ১২ | যোৰহাট | মধ্য খঙীয়া |
| ১৩ | যোৰহাট | পানী চকুৱা |
| ১৪ | যোৰহাট | উত্তৰ গড়মূৰ |
| ১৫ | যোৰহাট | উত্তৰ খঙীয়া |
| ১৬ | যোৰহাট | উত্তৰ নামনি চৰাইবাহী |
| ১৭ | যোৰহাট কেন্দ্ৰীয় | চৌখাট হাতীগড় |
| ১৮ | যোৰহাট কেন্দ্ৰীয় | গোঁহাই ফেচুৱাল |
| ১৯ | যোৰহাট কেন্দ্ৰীয় | জটকীয়া |
| ২০ | যোৰহাট কেন্দ্ৰীয় | মেলেং বালি চাপৰি |
| ২১ | যোৰহাট কেন্দ্ৰীয় | হোলোঙাপাৰ বাগান |
| ২২ | যোৰহাট কেন্দ্ৰীয় | কাকজান |
| ২৩ | যোৰহাট কেন্দ্ৰীয় | পশ্চিম হোলোঙাপাৰ |
| ২৪ | যোৰহাট উত্তৰ পশ্চিম | চাৰিঙীয়া |
| ২৫ | যোৰহাট উত্তৰ পশ্চিম | বালিগাওঁ |
| ২৬ | যোৰহাট উত্তৰ পশ্চিম | পশ্চিম চাৰিগাওঁ |
| ২৭ | যোৰহাট উত্তৰ পশ্চিম | পশ্চিম সৰুচৰাই |
| ২৮ | যোৰহাট উত্তৰ পশ্চিম | পূৱ সৰুচৰাই |
| ২৯ | যোৰহাট উত্তৰ পশ্চিম | ৰজা হাউলী |
| ৩০ | যোৰহাট উত্তৰ পশ্চিম | ধেকৰ গড়া |
| ৩১ | যোৰহাট উত্তৰ পশ্চিম | মধ্য সৰুচৰাই |
| ৩২ | যোৰহাট উত্তৰ পশ্চিম | নাওঁবৈচা |
| ৩৩ | যোৰহাট উত্তৰ পশ্চিম | পূৱ চাৰিগাওঁ |
১. জল পৰিশোধন ক’ল আৰু ই.এছ.আৰ. নিৰ্মাণ কাৰ্য্য অব্যাহত আছে।
২. সমূহীয়া প্ৰতিনিধিৰ সজাগতা সভাও অব্যাহত আছে।
৩. জি.পি.ডব্লিও.এছ.চি. সদস্য সকলৰ প্ৰশিক্ষণো অব্যাহত আছে।
৪. সমূহীয়া অৰিহণা সংগ্ৰহৰ কাৰ্য্যও অব্যাহত আছে।