মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

প্রকল্পসমূহ

যোৰহাট জিলাৰ যোৰহাট নগৰ, যোৰহাট কেন্দ্ৰীয় আৰু যোৰহাট উত্তৰ-পশ্চিম উন্নয়ন খণ্ডৰ বহনক্ষম আৰু উন্নত মানদণ্ডতাৰ বাবে যৌগিক পানী যোগান আঁচনি

আঁচনিৰ নামঃ যোৰহাট জিলাৰ যোৰহাট নগৰ, যোৰহাট কেন্দ্ৰীয় আৰু যোৰহাট উত্তৰ-পশ্চিম উন্নয়ন খণ্ডৰ বহনক্ষম আৰু উন্নত মানদণ্ডতাৰ বাবে যৌগিক পানী যোগান আঁচনি

প্ৰস্তাবিত পানীৰ উত্সঃ ব্ৰহ্মপূত্ৰ

প্ৰস্তাবিত ব্যৱহাৰিক বিন্দুঃ ব্ৰহ্মপূত্ৰৰ নিমাটি ঘাট

অৱস্থানঃ উত্তৰ অক্ষাংশ ৯৪৫’ৰ পৰা ৯৪২৫’লৈ, পূৱ দ্ৰাঘিমা ২৬৩৬’ৰ পৰা ২৬৫৩’লৈ

সংযোগ ব্যৱস্থাঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা দূৰত্ব হৈছে ২৯৩কিলোমিটাৰ।

জিলা খনৰ বিষয়েঃ

যোৰহাট হৈছে অসমৰ এখন প্ৰশাসনীক জিলা যি ব্ৰহ্মপূত্ৰ উপত্যকাৰ মধ্যভাগত অৱস্থিত। এই জিলাৰ উত্তৰে আছে লক্ষিমপুৰ জিলা, দক্ষিণে আছে নাগালেণ্ড ৰাজ্য, পূৱত শিৱসাগৰ জিলা আৰু পশ্চিমত গোলাঘাট জিলা অৱস্থিত। জিলাখনৰ উত্তৰ ফালে ব্ৰহ্মপূত্ৰ নদীৰ মাজতে আছে বিশ্বৰ সবাতোকৈ বৃহত নদীদ্বীপটো। বৰ্তমান এই জিলাৰ পৰিসীমাই ২,৮৫১ বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে।

সামৰি লব লগীয়া এলেকাঃ

এই প্ৰকল্পই সামৰি লব লগীয়া এলেকা হৈছে যোৰহাট জিলাৰ যোৰহাট নগৰ, যোৰহাট কেন্দ্ৰীয় আৰু যোৰহাট উত্তৰ-পশ্চিম উন্নয়ন খণ্ডৰ সমগ্ৰ এলেকা। এই প্ৰকল্পৰ জৰিয়তে উন্নয়ন খণ্ডটোৰ অধীনত থকা ৩৩গাঁও পঞ্চায়তৰ ১৬৩গাঁও উপকৃত হব।

চাবলৈ চোৱাইপ কৰক

ক্ৰঃ নংউন্নয়ন খণ্ডৰ নামগাওঁ পঞ্চায়তৰ নাম
যোৰহাটবাঘচুং চৰাই বাহী
যোৰহাটচিনামৰা
যোৰহাটদক্ষিণ চৰাই বাহী
যোৰহাটদক্ষিণ কৰঙা
যোৰহাটদক্ষিণ পূৱ আমনি চৰাই বাহী 
যোৰহাটকৰঙা
যোৰহাটমধ্য কাটনি
যোৰহাটমধ্য নামনি চৰাই বাহী
যোৰহাটউত্তৰ গড়মূৰ বাগিচা
১০যোৰহাটদক্ষিণ কাটনি বাগিচা
১১যোৰহাটখঙীয়া
১২যোৰহাটমধ্য খঙীয়া
১৩যোৰহাটপানী চকুৱা
১৪যোৰহাটউত্তৰ গড়মূৰ
১৫যোৰহাটউত্তৰ খঙীয়া
১৬যোৰহাটউত্তৰ নামনি চৰাইবাহী
১৭যোৰহাট কেন্দ্ৰীয়চৌখাট হাতীগড়
১৮যোৰহাট কেন্দ্ৰীয়গোঁহাই ফেচুৱাল
১৯যোৰহাট কেন্দ্ৰীয়জটকীয়া
২০যোৰহাট কেন্দ্ৰীয়মেলেং বালি চাপৰি
২১যোৰহাট কেন্দ্ৰীয়হোলোঙাপাৰ বাগান
২২যোৰহাট কেন্দ্ৰীয়কাকজান
২৩যোৰহাট কেন্দ্ৰীয়পশ্চিম হোলোঙাপাৰ
২৪যোৰহাট উত্তৰ পশ্চিমচাৰিঙীয়া
২৫যোৰহাট উত্তৰ পশ্চিমবালিগাওঁ
২৬যোৰহাট উত্তৰ পশ্চিমপশ্চিম চাৰিগাওঁ
২৭যোৰহাট উত্তৰ পশ্চিমপশ্চিম সৰুচৰাই
২৮যোৰহাট উত্তৰ পশ্চিমপূৱ সৰুচৰাই
২৯যোৰহাট উত্তৰ পশ্চিমৰজা হাউলী
৩০যোৰহাট উত্তৰ পশ্চিমধেকৰ গড়া
৩১যোৰহাট উত্তৰ পশ্চিমমধ্য সৰুচৰাই
৩২যোৰহাট উত্তৰ পশ্চিমনাওঁবৈচা
৩৩যোৰহাট উত্তৰ পশ্চিমপূৱ চাৰিগাওঁ

পলকতে কাৰ্যক্ৰমঃ

১. জল পৰিশোধন ক’ল আৰু ই.এছ.আৰ. নিৰ্মাণ কাৰ্য্য অব্যাহত আছে।

২. সমূহীয়া প্ৰতিনিধিৰ সজাগতা সভাও অব্যাহত আছে।

৩. জি.পি.ডব্লিও.এছ.চি. সদস্য সকলৰ প্ৰশিক্ষণো অব্যাহত আছে।

৪. সমূহীয়া অৰিহণা সংগ্ৰহৰ কাৰ্য্যও অব্যাহত আছে।