প্ৰকল্পৰ নামঃ বৃহত্তৰ-যোগীঘোপা পানী যোগান আঁচনি
প্ৰস্তাবিত পানীৰ উত্সঃ ব্ৰহ্মপূত্ৰ নৈ
প্ৰস্তাবিত ব্যৱহাৰিক বিন্দুঃ যোগীঘোপা
অৱস্থানঃ উত্তৰ অক্ষাংশ ২৬০২৮’ৰ পৰা ২৬০৫৪’লৈ, পূৱ দ্ৰাঘিমা ৮৯০ৰ পৰা ৯০০৯৬’লৈ
সংযোগ ব্যৱস্থাঃ গুৱাহাটী ৰাজধানীৰ পৰা ২১০কিলোমিটাৰ দূৰত্বত।
বঙাইগাঁও জিলাই মুঠ ১,৭২৪বৰ্গ কিলোমিটাৰ এলেকা সামৰি লয়। এই জিলাক পূৱত বৰপেটা জিলা আৰু, দক্ষিণত ব্ৰহ্মপূত্ৰ নদী আৰু উত্তৰ-পশ্চিম কোণত চিৰাং জিলাই আগুৰি আছে।
এই প্ৰকল্পই প্ৰতিদিনে ২৪ঘণ্টাই নলীযুক্ত খোৱা পানী যোগান ধৰাৰ বাবে বঙাইগাঁও জিলাৰ বৈতামাৰী আৰু তাপাট্টাৰী উন্নয়ন খণ্ড দুটাৰ ২৭গাঁও পঞ্চায়ত সামৰি লয়। প্ৰকল্প এলেকাই ২৩৩খন গাঁও অন্তৰ্ভুক্ত কৰে।
চাবলৈ চোৱাইপ কৰক
| ক্ৰঃ নং | উন্নয়ন খণ্ডৰ নাম | গাওঁ পঞ্চায়তৰ নাম |
|---|---|---|
| ১ | বৈতামাৰী | ধনতোলা |
| ২ | বৈতামাৰী | |
| ৩ | বালাপাৰা | |
| ৪ | চালন্তাপাৰা | |
| ৫ | ঘীলাগুৰি | |
| ৬ | যোগীঘোপা | |
| ৭ | কাবাইটাৰি | |
| ৮ | খগৰপুৰ | |
| ৯ | ঔদুবি | |
| ১০ | শংকৰঘোলা | |
| ১১ | দক্ষিণ বৈতামাৰী | |
| ১২ | আমবাৰী বাৰীগড় | |
| ১৩ | চক্ৰভূম | |
| ১৪ | দেউহাটী | |
| ১৫ | কাকৈজান | |
| ১৬ | উত্তৰ শালমৰা | |
| ১৭ | শৃজনগ্ৰাম | |
| ১৮ | তাপাতাৰি | বৰজানা |
| ১৯ | বৰীগাওঁ | |
| ২০ | কালবাৰী | |
| ২১ | লেঙটীচিঙা | |
| ২২ | মালেগড় | |
| ২৩ | মেৰেৰচাৰ | |
| ২৪ | নক্ষত্ৰ বাঘেখাটি | |
| ২৫ | পচনীয়া খাৰাগাওঁ | |
| ২৬ | পীৰাধৰা | |
| ২৭ | শন্তোশপুৰ দুমেৰগুৰী |
১. জল পৰিশোধন ক’ল আৰু ই.এছ.আৰ. নিৰ্মাণ কাৰ্য্য অব্যাহত আছে।
২. সমূহীয়া প্ৰতিনিধিৰ সজাগতা সভাও অব্যাহত আছে।
৩. জি.পি.ডব্লিও.এছ.চি. সদস্য সকলৰ প্ৰশিক্ষণো অব্যাহত আছে।
৪. সমূহীয়া অৰিহণা সংগ্ৰহৰ কাৰ্য্যও অব্যাহত আছে।