মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

লক্ষ্য আৰু অভিযান

আমাৰ লক্ষ্য-

  • বহনক্ষম ধৰণে প্ৰকল্পিত অঞ্চলত প্ৰতিঘৰ লৈ নিৰাপদ খোৱা পানীৰ যোগান
  • মূল স্বাস্থ্য প্ৰণালী আৰু নতুন কৌশল উদ্ভাৱনৰ দ্বাৰা মুকলিত মলত্যাগ বন্ধ কৰা
  • পৰিচালনা আৰু প্ৰৱন্ধনাৰ ব্যয় আদায় কৰিবলৈ সকলো স্তৰৰ মানুহক সহযোগী কৰাটো নিশ্চিত কৰা
  • ক্ৰম বৰ্দ্ধমান বিকেন্দ্ৰীকৰণৰ যোগে সৰ্বস্তৰত গ্ৰাম্য পানী যোগান আৰু স্বাস্থ্য প্ৰণালীৰ উন্নীত কৰণ
  • পানী যোগান আৰু স্বাস্থ্য প্ৰণালীৰ বাবে সকলো স্তৰতে এক গ্ৰহণ যোগ্য সামাজিক ধৰণে সজাগতাৰ সৃষ্টি কৰা

আমাৰ অভিযান-

  • এই প্ৰকল্পৰ লক্ষ্য হৈছে জল-সংযোগ প্ৰাপ্ত প্ৰতিঘৰলৈ ৭০ এল.পি.চি.ডি হিচাপে ২৪*৭ ভিত্তিত খোৱা পানী যোগান ধৰা
  • প্ৰকল্পৰ অঞ্চলত বহনক্ষম হিচাপে সকলো স্তৰৰ মানুহক সহযোগী কৰি লোৱাটো নিশ্চিত কৰা
  • মুকলিত মলত্যাগ কৰাটো বন্ধ কৰা
  • এছ.এল.ডব্লিউ. পৰিচালনাকে ধৰি পাৰিপাৰ্শ্বিক নিকা কৰণৰ উন্নয়নৰ বাবে সকলো ব্যৱস্থা হাতত লোৱা