মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

মূল  পি.ডি.অ’. স্তৰৰ ফলাফলৰ সূচক নিম্নোক্ত ধৰণৰঃ

(১) জল সংযোগ লোৱা মানুহৰ বৰ্দ্ধিত সংখ্যা

(২) উন্নত স্বাস্থ্য প্ৰণালী গ্ৰহণ কৰা মানুহৰ বৰ্দ্ধিত সংখ্যা

(৩) উন্নত শৌচাগাৰ ব্যৱহাৰ কৰা মানুহৰ সংখ্যা

(৪) পৰিচালনা আৰু প্ৰৱন্ধনাৰৰ ব্যয় আদায় কৰণত উন্নয়ন।